▁ ▂ ▄ ▅অসম বিধানসভা নিৰ্বাচন ২০২৬▅ ▄ ▂ ▁

Snow




 পৰম শ্ৰদ্ধাভাজন ৭৯ নং চিচিবৰগাওঁ সমষ্টিবাসী ৰাইজ 

 আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। আগন্তুক বিধানসভা নিৰ্বাচনত মই নন্দীগিৰি ভূঞাই নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি আৰু চিচিবৰগাওঁ সমষ্টিৰ শুভাকাংক্ষী সকলৰ সহযোগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছো। চিচিবৰগাওঁ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰ্তজনৰ কাষত সদায় ঠিয় হৈ থকাৰ প্ৰতিশ্ৰুতিৰে আপোনা সবৰ আৰ্শিবাদ কামনা কৰি আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ দিনা টিভি চিহ্নিত আপোনাৰ বহুমুলীয়া ভোটটো প্ৰদান কৰি আমাক জয়যুক্ত কৰি ৰাইজৰ সেৱা আগবঢ়াবলৈ সুবিধা দিয়ে যেন।

সেৱাৰে 

বিনিত

নন্দীগিৰি ভূঞা 





  সকলোকে নন্দীগিৰি ভূঞাক ভোট দিবলৈ  আপোন মানুহৰ লগত share কৰক




Share on Whatsapp